টাচ্ছ টাইপিং শিক্ষ্যালৈ স্ৱাগতম

আপুনি এতিয়াও দুই আঙুলিৰে টাইপ কৰি আছেনে? এতিয়াও প্ৰ্তিটো কী ষট্ৰকৰ আগত আপুনি কীবৰ্দখনলৈ চাব লগীয়া হয় নে?
আপুনাৰ টাইপ কৰাৰ ক্ষীপ্ৰ্তা আৰু শুদ্ধ্তাৰ অভ্যাস, অনুশীলন আৰু উন্নতিৰ বাবে গৰ্হা টাচ্ছ টাইপিং অনুসন্ধান এটি বিনামূলীয়া, ব্যৱহাৰ কৰিবলৈ অতি সহজ, অনলাইন শিক্ষা অনুষ্ঠান।
আপুনি টাচ্ছ টাইপ কৰিবলৈ সফলতা লাভ কৰিলে কীবৰ্দখনলৈ নুচুৱাকৈ আৰু অধিক উন্নত ক্ষীপ্ৰ্তৰে টাইপ কৰিবলৈও সফলতা লাভ কৰিব!
টাচ্ছ টাইপিং দ্ৰিষ্টিৰ স্ম্ৰিতিশক্তিৰ সলনি মাংসপেশিৰ স্ম্ৰিতিশক্তিৰ ওপৰত আধাৰিত। এই ধৰনে আপুনি অধিক টাইপিং ক্ষীপ্ৰ্তা লাভ কৰিবলৈ সক্ষ্যম হই। বিশেষ ৰুপে, যেতিয়া আপুনি অন্ন্য পাঠ অথবা ৰচনাৰ পৰা প্ৰতিলিপি স্ৰ্জন কৰে।
টাচ্ছ টাইপিংৰ যুগেদি আপুনাৰ যান্ত্ৰিক অথবা কম্পিউতাৰৰ উৎপন্নকাৰী ক্ষ্যমতা আৰু ক্ষীপ্ৰ্তাৰ উন্নতি হয়, তদোপৰি আপুনাৰ ভাগৰ আৰু চকুৰ কষ্ট হ্ৰাস হয়।
টাচ্ছ টাইপিং পাঠ পোন্ধৰটা (১৫) শিকনি, এটি ক্ষীপ্ৰ্তা পৰিক্ষ্যন আৰু কিছু খেলেৰে গঠিত। এই সকলোৱে আপোনাক খোজে-খোজে শিকিবলৈ, নিজৰ উন্নতিৰ ওপৰত দ্ৰিষ্টি ৰাখিবলৈ, তদোপৰি আনন্দ লাভ কৰিবলৈ সক্ষ্যম কৰে।

কীবৰ্দৰ গঠন

US English UK English US Dvorak Programmer Dvorak US Colemak US Workman Español Latino हिन्दी देवनागरी इन्स्क्रिप्ट العربية मराठी বাংলা ইনস্ক্রিপ্ট কিবোর্ড প্রভাত কিবোর্ড ইউনিজয় কিবোর্ড মুনির কিবোর্ড জাতীয় কীবোর্ড Português Brasileiro ABNT Русский Русский Диктор Deutsch Deutsch Schweiz Français Français du Canada Canadien Multilingue Français de Belgique Français de Suisse Français Bépo اُردُو‎ తెలుగు தமிழ் Tiếng Việt Telex Tiếng Việt VNI Tiếng Việt ਪੰਜਾਬੀ پنجابی ગુજરાતી Indonesia Melayu Jawa Türkçe Q Türkçe F Italiana فارسی แป้นพิมพ์เกษมณี แป้นพิมพ์ปัตตะโชติ Polski Filipino Hausa پښتو ಕನ್ನಡ മലയാളം Sunda ଓଡ଼ିଆ မြန်မာဘာသာ Українська Oʻzbekcha سنڌي Română Azərbaycanca Af-Soomaali Nederlands Belgische AZERTY Malagasy नेपाली සිංහල ភាសាខ្មែរ অসমীয়া Kiswahili Magyar Ελληνική Қазақша České Català Српски Srpski Svensk ພາສາລາວ Qhichwa Türkmençe Тоҷикӣ Български Български Фонетичен Shqip Afrikaans Հայերեն Татарча Монгол Hrvatski Dansk עברית Sesotho Slovenčina Suomi Norsk ქართული Кыргыз Беларуская Bosanski Lietuvių Galego Slovenščina Latviešu Македонски Башҡортса Eesti Euskara Cymraeg Malti 47 Malti 48 Frysk Lëtzebuergesch
 
Icelandic Gaeilge Føroyskt Māori