টাচ্ছ টাইপিং শিক্ষ্যালৈ স্ৱাগতম

আপুনি এতিয়াও দুই আঙুলিৰে টাইপ কৰি আছেনে? এতিয়াও প্ৰ্তিটো কী ষট্ৰকৰ আগত আপুনি কীবৰ্দখনলৈ চাব লগীয়া হয় নে?

আপুনাৰ টাইপ কৰাৰ ক্ষীপ্ৰ্তা আৰু শুদ্ধ্তাৰ অভ্যাস, অনুশীলন আৰু উন্নতিৰ বাবে গৰ্হা টাচ্ছ টাইপিং অনুসন্ধান এটি বিনামূলীয়া, ব্যৱহাৰ কৰিবলৈ অতি সহজ, অনলাইন শিক্ষা অনুষ্ঠান। আপুনি টাচ্ছ টাইপ কৰিবলৈ সফলতা লাভ কৰিলে কীবৰ্দখনলৈ নুচুৱাকৈ আৰু অধিক উন্নত ক্ষীপ্ৰ্তৰে টাইপ কৰিবলৈও সফলতা লাভ কৰিব!

টাচ্ছ টাইপিং দ্ৰিষ্টিৰ স্ম্ৰিতিশক্তিৰ সলনি মাংসপেশিৰ স্ম্ৰিতিশক্তিৰ ওপৰত আধাৰিত। এই ধৰনে আপুনি অধিক টাইপিং ক্ষীপ্ৰ্তা লাভ কৰিবলৈ সক্ষ্যম হই। বিশেষ ৰুপে, যেতিয়া আপুনি অন্ন্য পাঠ অথবা ৰচনাৰ পৰা প্ৰতিলিপি স্ৰ্জন কৰে।

টাচ্ছ টাইপিংৰ যুগেদি আপুনাৰ যান্ত্ৰিক অথবা কম্পিউতাৰৰ উৎপন্নকাৰী ক্ষ্যমতা আৰু ক্ষীপ্ৰ্তাৰ উন্নতি হয়, তদোপৰি আপুনাৰ ভাগৰ আৰু চকুৰ কষ্ট হ্ৰাস হয়।

টাচ্ছ টাইপিং পাঠ পোন্ধৰটা (১৫) শিকনি, এটি ক্ষীপ্ৰ্তা পৰিক্ষ্যন আৰু কিছু খেলেৰে গঠিত। এই সকলোৱে আপোনাক খোজে-খোজে শিকিবলৈ, নিজৰ উন্নতিৰ ওপৰত দ্ৰিষ্টি ৰাখিবলৈ, তদোপৰি আনন্দ লাভ কৰিবলৈ সক্ষ্যম কৰে।

কীবৰ্দৰ গঠন

Screenshot